. আৰক্ষীৰ‌ জালত জিয়াবুৰ ৰহমান‌‌ কহিনুৰ
    আখতাৰা।
   

. সুধিৰ কুমাৰ‌ নামেৰে ২৬ লাখ টকাৰ লোন 
   লৈছিল জিয়াবুৰ ৰহমানে। 

. LnT Finance কোম্পানীটোৰ পৰা ভোৱা ঋন 
   ঋন লৈছিল জিয়াবুৰ ৰহমানে।

. বহি ৰাষ্ট্ৰীৰত বিক্ৰী কৰিছিল বিভিন্ন ধৰনৰ OTP
   (One Time Password) 

. মৰিগাঁও আৰক্ষী‌ শাখাৰ অতিৰিক্ত আৰক্ষী 
    অধীক্ষক সমীৰন‌ বৈশ্যৰ নেতৃত্বত চলা 
    অভিযানত গ্ৰেপ্তাৰ হৈছিল এই অপৰাধী
    কেইজন ।
    

 
কোনো  চাইবাৰ অপৰাধী পলাই থাকিব 
‌    সকলো অপৰাধী গ্ৰেপ্তাৰ‌ হোৱাটো নিশ্চিত ।



       Related stories